ঋণাত্মকৰ মাজত ধনাত্মক

©Admin
0
মই হ'ম সিংহৰ দৰে
কাম সৰু হওক বা ডাঙৰ 
সদায় সম্পূৰ্ণকে কৰিম।

মই হ'ম বগলীৰ দৰে
ৰ্ধয্য আৰু একাগ্ৰ মনেৰে
উচিত সময়ৰ অপেক্ষা কৰিম।

মই হ'ম মুৰ্গীৰ দৰে
ৰ্সূয্যৰ আগতে জাগি
সদায় জীৱন যুদ্ধত সাজু হৈ থাকিম।

মই হ'ম কাউৰীৰ দৰে
সদায় হ'ম সৰ্তক
বিশ্বাসৰ ওপৰতো এবাৰ ভাবিম।

মই হ'ম কুকুৰৰ দৰে
সদায় তাক্ষ্ণনাত জাগি
বিশ্বাসীৰ ভক্তি কৰিম।

মই হ'ম গাধৰ দৰে
একান্ত মনেৰে আগবাঢ়ি
ভাগৰি পৰিলেও ভাৰ বহন কৰিম।



📝আনন্দ গোৱালা
সাকোমাঠো চাহ বাগিছা
বিশ্বনাথ চাৰিআলি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)