আজিৰ আপোনাৰ দিনটো

©Admin
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                           ১২শাওণ,মঙ্গলবাৰ,ইং  ২৮জুলাই ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৫৩/৪৩সূৰ্য্যাস্ত ঘ:৬/৪/৫৬

ৰাশি -  তুলা ৰাশি।ৰা:ঘ: ৩/৩৯/২৮ যোৱাত বৃশ্চিক ৰাশি।
তিথি - শুক্লা অষ্টমী প্ৰা:ঘ:- ৬/৩৬/৪৩ লৈ।
নক্ষত্ৰ  - স্বাতী ,ঘ: ১০/২৭/৪৪ লৈ ।
আদ্যঋতু হলে -  বেশ্যা যোগ।
যাত্ৰা - ঈশান কোনত নাই।প্ৰা:ঘ: ৬/৩৬/৪৩ যোৱাত পূৱ দিশত নাই ।
যোগিনী :- ঈশান কোনত ।প্ৰা:ঘ: ৬/৩৬/৪৩ যোৱাত পূৱ দিশত ।
মৰণত দোষ - এপদ।ঘ:১০/২৭/৪৪যোৱাত ত্ৰিপদ ।
ভক্ষাভক্ষ্য -   নাৰিকল, লাও খোৱা নিষেধ । 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  আজিৰ দিনটোত  ধন সম্পত্তি বৃদ্ধি হব, সমস্যাৰ সমাধান হব, লগতে সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।   
২. বৃষ ৰাশি - বৃষ ৰাশি   জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব, কৰ্ম পৰিবৰ্তন হব পাৰে যদিও সজাগ নহলে বন্ধু হানি হোৱাৰ  যোগ দেখা যায়।
৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব, লগতে হঠ্যৎ প্ৰাপ্তি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত দু : সংবাদ লাভ কৰিব পাৰে, ব্যয় বাঢ়িব পাৰে, লগতে সামান্য পাৰিবাৰিক অশান্তি হোৱাৰ যোগ  দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ, আয় বাঢ়িব, লগতে ভ্ৰমনৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  ধন ক্ষতি হব পাৰে, ব্যয় বাঢ়িব পাৰে, লগতে কৰ্মত সামান্য বিৰোধ হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত সঞ্চয় বৃদ্ধি হব, লগতে বন্ধু লাভ  হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পদ লাভ হব যদিও মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ৰোগাৰোগ্য হব, যদিও সজাগ নহলে ক্ষতি হোৱাৰ লগতে আত্মীয়ৰ ক্লেষ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ, যদিও সজাগ নহলে সিদ্ধান্ত গ্ৰহণত সামান্য খেলি মেলি হব পাৰে, লগতে মনত ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্ম লাভ হব, যদিও সামান্য জতিলতা বাঢ়িব পাৰে লগতে এলাহ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত দাম্পত্য সুখ বাঢ়িব,  লগতে কৰ্মত দ্বায়িত্ব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                          জালুকবাৰী , গুৱাহাটী -১৪


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)