অতি মৰম(অণুগল্প)

অবশেষত ভাল খবৰটো আহিল - 'ল’ৰা সুস্থ হৈছে’৷  
           বিনুৱে নিজৰ ল’ৰাটোক  সাৱটি ধৰি কান্দিলে ৷ সি বিচৰাৰ ধৰণেই  তাই ল’ৰাক যদি মটৰ চাইকেল খন কিনি নিদিলে হেতেন , আজি জীৱন মৰণৰ যুদ্ধখন খেলিব নালাগিল হয় ৷

🖊️দেৱশ্ৰী ওজা বৰা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send