অতি মৰম(অণুগল্প)

©Admin
0
অবশেষত ভাল খবৰটো আহিল - 'ল’ৰা সুস্থ হৈছে’৷  
           বিনুৱে নিজৰ ল’ৰাটোক  সাৱটি ধৰি কান্দিলে ৷ সি বিচৰাৰ ধৰণেই  তাই ল’ৰাক যদি মটৰ চাইকেল খন কিনি নিদিলে হেতেন , আজি জীৱন মৰণৰ যুদ্ধখন খেলিব নালাগিল হয় ৷

🖊️দেৱশ্ৰী ওজা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)