বিষাদৰ নিশা বোৰ

Rinku Rajowar
0
অন্ধকাৰ নিশা মৌনতা বোৰত
অশ্ৰুৰ টোপাল বোৰেই মোৰ সংগী ,
দিনৰ পোহৰৰ জাকজমকতাৰ পৰা আতৰি 
নিশাৰ গভীৰতাত শিতানৰ গাৰোটোত 
দুচকুৰ অশ্ৰুৱে লিখি যাও ভগ্ন হৃদয়ৰ 
এটি এটি কাহিনী ।
মাজ নিশা শীতল বতাহ জাকে 
মোৰ চকুলো দেখি দুগালত এটি চুম্বন আঁ‌কে ,
মোক সাবটি সান্তনা দিয়ে ।
জোনাকী জনীও মোৰ কাষলে আহি 
কিবা কোৱা যেন লাগে ,
এনে লাগে তাইও মোৰ বেদনাত উচুপি উঠিছে।

🖋️ শিল্পীশিখা শইকীয়া 
       টীয়ক,যোৰহাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)