Home দেৱশ্ৰী ওজা বৰা মৰম এনেকুৱাই নে ? মৰম এনেকুৱাই নে ? personRinku Rajowar August 27, 2020 0 share মাক - দেউতাৰ মৃত্যুৰ পাছত একমাত্ৰ ভনীয়েকক আদৰি সাদৰি, নীলাভে এদিন ডাঙৰ মানুহ কৰিলে ৷ মানে তাই এতিয়া প্ৰতিষ্ঠিত ডাক্তৰ ৷ পিছে তাইহে মৰমবোৰ বুজি নাপালে ৷ সেয়ে তাই এদিন নীলাভক কৈয়েই পেলালে - “দাদা , তই যেতিয়াই তেতিয়াই মোৰ ওচৰলৈ আহি আমনি কৰি নাথাকিব ৷ মই লাজ পাওঁ নহয় তোক মানুহৰ আগত চিনাকি দিবলৈ ৷🖍️দেৱশ্ৰী ওজা বৰা Tags অণুগল্পদেৱশ্ৰী ওজা বৰা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ