গামোছাৰ বিষয়ে

Rinku Rajowar
0
১.গোসাই গামোচা:ৰামকৃষ্ণ খোদিত নামঘৰৰ খুটা আৰু মনিকুটত ব্যৱহাৰ কৰা দেখা যায়

২.ভকতিয়া গামোচা:দুইফালে ফুল থাকে ভকত বৈষ্ণবে নামঘৰত যাওঁতে ব্যৱহাৰ কৰে

৩.বিহুৱান:এফালে ফুল আনফালে আচু থাকে

৪.বৰ ফুলৰ গামোচা:দৰা গামোচা

৫.তামোল গামোচা:হাঁচতি

৬.কমৰ বন্ধ গামোচা:কৃষি কৰ্মৰ সময়ত মুৰত বা ককালত মাৰি লয়

৭.পানী গামোচা/তিয়নি গামোচা:গা ধোৱা সময়ত ব্যৱহাৰ কৰা হয়

৮.আনাকাটা গামোচা:২৪ ঘন্তাৰ ভিতৰত বাতি কৰি বৈ ওলিওৱা হয় এখনেই গামোচা লগোৱা হয় । কটা নহয় মুৰ দুটা দহি বটি দিয়া হয় । বিয়াৰ সময়ত দৰা বা কইনাৰ গাত দিয়া হয়

৯.পানীতোকা গামোচা:মহিলা সকলে চুলিৰ পানী তুকিবৰ বাবে চুলিত বান্ধি থয়

১০.মুখমোচা গামোচা:সৰু আকাৰৰ হয়

✒️সংগ্ৰহ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)