শিশু কবিতা-প্ৰতিজ্ঞা

Rinku Rajowar
0
কণ কণ শিশু আমি 
সাহসী মন
কৰ'ণাক হৰুৱাম
লৈছোঁ পণ
হাত ধুম বাৰে বাৰে
হেণ্ডৱাচ্ লৈ
ঘৰতে থাকিম আমি
নেযাওঁ বাটলৈ
নিৰাপদ  দূৰত থাকি
কৰ'ণাৰ সৈতে যুঁজিম
পৃথিৱীক শীঘ্ৰেই
ৰোগমুক্ত কৰিম।

🖋️অংকুৰিতা ফুকন ,দেৰগাঁঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)