দুজন অচিনাকী পথিক....।
অচিনাকীৰ পৰা লাহে লাহে চিনাকী,
চিনাকীৰ পৰা লাহে লাহে আপোন,
আপোনৰ পৰা লাহে লাহে বিশেষ,
বিশেষৰ পৰা লাহে লাহে আকৌ অচিনাকী।
সময়,ভালপোৱা আৰু বিশ্বাসৰ
পোৱা নোপোৱা এমুঠি স্মৃতিৰে
তেওঁ লোক এতিয়া আকৌ
চিনাকি পথৰ দুজন অচিনাকী পথিক...।
🖋️ চিম্পী দেৱী,শিৱসাগৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ