আধুনিক ‌ সপোন

©Admin
0

ৰৈ যোৱা হলে সময়ৰ গতি উন্নতিৰ গতি দেখোন
 বাৰে বাৰে ৰয় মিছাকৈ অৰ্থহীন সপোন দেখিনো কি ল‍াভ ?
কত মোৰ ল'ৰালি 
কত মোৰ যৌৱন আজি মোৰ স্থায়ী ঠিকণা দৰিদ্ৰ! সীমাৰেখাৰ তলত দেউতাৰ আশ্ৰয়ত থকা সময়খিনি ঘুৰাই আনিব পৰা হলে, কণমানি ধুলিকণাও মোৰ হৈতে পুৰণি চিনাকি। বোকাময় দেহা মোৰ বাবে সৌন্দৰ্য্য সেউজীয়া পথাৰ মোৰ আপোন চোতাল ,
ভৱা নাছিলো ছাঁ দিয়া বৃক্ষই যে এদিন মোৰ ঘৰ হব ;
কত গল মোৰ সোণালী আধুনিক সপোন বিচাৰিবলৈও মোৰ সময় নাই

📝লক্ষ্মন মানকী
হাতীমাৰা চাহ বাগিচা,তিনিচুকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)