আজিৰ আপোনাৰ দিনটো

©Admin
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                           ২২ শাওণ,শুক্ৰবাৰ,ইং  ৭আগষ্ট ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৫৮/২৮সূৰ্য্যাস্ত ঘ:৫/৫৯/০

ৰাশি - কুম্ভ ৰাশি।ঘ:৮/৫৬/৫৭ যোৱাত মীন ৰাশি।
তিথি - কৃষ্ণা চতুৰ্থী ৰা:ঘ:- ১২/২৫/২৪ লৈ।
নক্ষত্ৰ  - পূৰ্বভাদ্ৰপদ ,ঘ: ৩/৩৪/৫০ লৈ ।
আদ্যঋতু হলে - দুৰ্ভগা যোগ।
যাত্ৰা - নৈঋত কোনত নাই। ৰা:ঘ: ১২/২৫/২৪ যোৱাত দক্ষিণ দিশত নাই ।
যোগিনী :- নৈঋত কোনত । ৰা:ঘ: ১২/২৫/২৪ যোৱাত দক্ষিণ দিশত ।
মৰণত দোষ - দ্বিপদ।ঘ: ৩/৩৪/৫০ যোৱাত নাই।
ভক্ষাভক্ষ্য - মুলা খোৱা নিষেধ । 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  আজিৰ দিনটোত মনত আনন্দ বাঢ়িব,কৰ্মত সফল হব যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।   
২. বৃষ ৰাশি - বৃষ ৰাশি   জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ,যদিও কৰ্মত সামান্য বিৰোধী হব পাৰে লগতে মনত চিন্তা বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।
৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সংগীত শিল্পী সকলৰ শুভ, জ্ঞান লাভ হব, লগতে প্ৰেম আৰু কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত প্ৰতিভা বৃদ্ধি হব, যশস্যা বৃদ্ধি হব, যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ  দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পত্তি লাভ হব,যদিও কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে লগতে সজাগ নহলে শত্ৰু বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ।। আজিৰ দিনটোত কৰ্ম দক্ষতা বৃদ্ধি পাব, গৃহ উন্নতি হব যদিও কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত প্ৰেমত শুভ, মনত আনন্দ বাঢ়িব,যদিও সজাগ নহলে ক্ষতি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হব, প্ৰেম আৰু কৰ্মত শুভ, লগতে মনত শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আয় বাঢ়িব, কৰ্মত উন্নতি হব, লগতে আনৰ সহায় লাভ  হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ হব, যদিও সামান্য অৰ্থ আগমন হ্ৰাস হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত পদমৰ্য্যদা লাভ হব, যদিও সামান্য এলাহ বাঢ়িব পাৰে লগতে সজাগ নহলে শত্ৰু বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব, এলাহ বাঢ়িব যদিও সজাগ নহলে ক্ষতি হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                      জালুকবাৰী , গুৱাহাটী -১৪


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)