মাতৃভূমি

©Admin
0

 
মাতৃভূমিক পাহৰি বহিঃ ৰাজ্যত বিলাসী জীৱন কটাৱলৈ যোৱা ন‍াছিলোঁ‌,
গাত ৰ'দ নলগা বৰষুণ নপৰা সস্তীয়া গৌৰৱত মাতাল
নিজৰ মাজতে দুবেলা দুসাঁজ গোটাব পৰা সামৰ্থ্যত কম বয়সত আনন্দ হেৰাল,
হেৰাল মোৰ ঘৰুৱা আপোন মানুহবোৰ মৰম চেনেহ 
বুকুখনত হেচা মাৰি ধৰে
এষাৰ কঠিন বাক্যই
 'মাতৃভূমিক পাহৰি বহিঃ ৰাজ্যত ফটা লেবেল' পুৱাৰ চাহ কাপৰ পৰা ভাতৰ মুঠিলৈ মাথো চিন্তা
মোৰ মাতৃভূমি কুশলে আছেনে ?
আইৰ ফোন কলত সঁ‌চা মিছা উত্তৰত সুখি হও জীৱনৰ আদি পাঠ য'ত আৰম্ভণি পুনৰ যেন নৱ জীৱন আকৌ
মোৰ অসম মাতৃভূমিত
আকোৱালি লবনে আই।

 ✍️মালতী বৰাইকক
হাতিমাৰা চাহ বাগিচা
তিনিচুকীয়া।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)