অব্যক্ত

ফেচবুকত চিনাকি হোৱা অৰুনাভৰ লগত কথা পাতি
ভাব বিনিময় কৰি থাকোতে---কেতিয়ানো দুয়োৰে মাজত প্ৰেমৰ সম্বন্ধ গঢি উঠিল অৰুণাই গমেই নাপালে। 
এতিয়া সপোনবোৰ আহি মনৰ মাজত ভিৰ কৰে হিসেবে। মনৰ মাজত মিঠা সপোনৰ বিৰামহীন দৌৰ---। 
ভালপোৱাৰ উষ্ণতা যে বৰ অব্যক্ত। এখন্তেকো যেন 
শান্তিতে থাকিবলৈ নিদিয়ে---। অৰুনাভে বা কি ভাবে---;? 

🖋️গৌৰী শইকীয়া
সাহিত্যিক পেঞ্চনাৰ, অসম চৰকাৰ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send