অব্যক্ত

Rinku Rajowar
0
ফেচবুকত চিনাকি হোৱা অৰুনাভৰ লগত কথা পাতি
ভাব বিনিময় কৰি থাকোতে---কেতিয়ানো দুয়োৰে মাজত প্ৰেমৰ সম্বন্ধ গঢি উঠিল অৰুণাই গমেই নাপালে। 
এতিয়া সপোনবোৰ আহি মনৰ মাজত ভিৰ কৰে হিসেবে। মনৰ মাজত মিঠা সপোনৰ বিৰামহীন দৌৰ---। 
ভালপোৱাৰ উষ্ণতা যে বৰ অব্যক্ত। এখন্তেকো যেন 
শান্তিতে থাকিবলৈ নিদিয়ে---। অৰুনাভে বা কি ভাবে---;? 

🖋️গৌৰী শইকীয়া
সাহিত্যিক পেঞ্চনাৰ, অসম চৰকাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)