বন্ধু

©Admin
0
নিভাঁজ মৰমৰ আৱৰণে আগুৰি ধৰা এখন নিকা অন্তৰৰ বান্ধোনেই হৈছে বন্ধু য'ত নাথকিব স্বাৰ্থপৰতাৰ   মিছা কৌশল আৰু হিংসা ।

হয়টো তোমাৰ অৱসাদ দূৰ কৰিবলে এজন সংগী লগাৰ বাবে ।

হয়টো অকলশৰীয়া প্ৰলেপখন দূৰ কৰিবৰ বাবে দুজনমান সংগী লগাৰ বাবে ।

হয়টো হাঁহি স্ফুৰ্টিৰ বাবে দুজনমানৰ সংগী লগাৰ বাবে ।

বন্ধু প্ৰয়োজন সুখ- দূখৰ বাবেহে, বন্ধু প্ৰয়োজনতহে, বন্ধু লাগেই বাবেই বন্ধু 
নহয় ।

তেজৰ সম্পৰ্কতকৈ  বেছি আপোন হব 
পাৰি ।

নিজৰ অন্তৰৰ কথা ক'ব পাৰি ।

এই সৰ্ম্পকত বিশ্বাসঘাতক নামটোৱে ভুমুকি মাৰেহি বাৰে বাৰে ।

তথাপিও অন্য এক পবিত্ৰ সৰ্ম্পক হ'ল
 বন্ধু ।
                       

📝শ্ৰী উৎপল দাস
 কুৰুৱাবাহী বোকাখাত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)