নিভাঁজ মৰমৰ আৱৰণে আগুৰি ধৰা এখন নিকা অন্তৰৰ বান্ধোনেই হৈছে বন্ধু য'ত নাথকিব স্বাৰ্থপৰতাৰ মিছা কৌশল আৰু হিংসা ।
হয়টো তোমাৰ অৱসাদ দূৰ কৰিবলে এজন সংগী লগাৰ বাবে ।
হয়টো অকলশৰীয়া প্ৰলেপখন দূৰ কৰিবৰ বাবে দুজনমান সংগী লগাৰ বাবে ।
হয়টো হাঁহি স্ফুৰ্টিৰ বাবে দুজনমানৰ সংগী লগাৰ বাবে ।
বন্ধু প্ৰয়োজন সুখ- দূখৰ বাবেহে, বন্ধু প্ৰয়োজনতহে, বন্ধু লাগেই বাবেই বন্ধু
নহয় ।
তেজৰ সম্পৰ্কতকৈ বেছি আপোন হব
পাৰি ।
নিজৰ অন্তৰৰ কথা ক'ব পাৰি ।
এই সৰ্ম্পকত বিশ্বাসঘাতক নামটোৱে ভুমুকি মাৰেহি বাৰে বাৰে ।
তথাপিও অন্য এক পবিত্ৰ সৰ্ম্পক হ'ল
বন্ধু ।
📝শ্ৰী উৎপল দাস
কুৰুৱাবাহী বোকাখাত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ