লতা

©Admin
0
একলা-দুকলাকৈ
ক্ৰমান্বয়ে নিজৰ অস্তিত্ব
প্ৰতিপন্ন কৰিবলৈ
জোৰদাৰ প্ৰস্তুতিত ব্যস্ত 
একোডাল আলসুৱা লতা 
দুচকুৰ পতাত আকাশ চুমাৰ বাসনাই
পাহৰাই ৰাখে আশ্ৰয়দাতাৰ যাতনা 
এনেকৈয়ে তজবজীয়া হৈ 
হালধীয়া ৰঙৰ পোছাক পিন্ধাই
নিজেই নিজৰ ৰূপত বিমুগ্ধ হয়।

📝অজন্তা তামুলী ফুকন
লংকা, হোজাই জিলা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)