এগৰাকী মহিলা গুৱাহাটীৰ পৰা দেৰগাওঁ অভিমুখে যাত্ৰা আবেলি প্ৰায় ৩ টা মান বজাত আৰম্ভ কৰিছিল । মহিলা গৰাকীয়ে গুৱাহাটীৰ পৰা যোৰহাট অভিমুখে অহা বাটেৰে আহি আছিল । মহিলা গৰাকীৰ এটা নিয়ম আছিল - বাটত মন্দিৰ পালে সেৱা এটা কৰি যোৱা ।
গৈ থাকােতে মাজতে এটা মন্দিৰ পালে আৰু দ্ৰাইভাৰ জনক ৰখাবলৈ কৈ সেৱা কৰি মন্দিৰৰ পৰা ওলাই আহিছিল । মন্দিৰৰ পৰা ওলাই অহাৰ পিছত
দেখিলে যে কাষৰ ডাঙৰ গছজােপাত মানুহ এজন গছত ওলােটাকৈ ওলমি আছে আৰু দেখিলেই ভয় লগা । তাকে দেখি তাই ভয়ত তাই ঘামি- জামি কিবা হৈ গ'ল আৰু গাড়ীলৈ ততাতয়াকৈ বুলি খোজ ল'লে আৰু ভয় শংকা মনত বাঢ়ি গ'ল । যিমান খৰকৈ পাৰে গাড়ীলৈ খপ-জপকৈ বুলি ল'ৰ দিলে । তেতিয়া সময় সন্ধ্যা প্ৰায় ৬/৭ মান বজাৰ ভিতৰত আছিল । মানুহ গৰাকীয়ে ভাৱিলে মন্দিৰৰ কাষত এইবোৰ থাকিব লাগেনে ? কি দেখিলো আজি !! তাৰ মানে ভূতে মন্দিৰ আদিৰ ওচৰে -পাজৰেও থাকে । তাই ভাৱিছিল মন্দিৰ হেন পৱিত্ৰ ঠাইৰ ওচৰত এনে কিবা থাকিব পাৰে বুলি কল্পনাই কৰা নাছিল । কিন্তু, আজি কি দেখিলো !! গোটেই বাটতো তাকেই ভাৱি ভাৱি ঘৰ পালেহি । আৰু ভাৱিছিল আজিৰ পৰা সন্ধ্যা- গধূলি মন্দিৰত আৰু নোসোমাওঁ বুলি মনে মনে শপত খালে ॥
(সত্য ঘটনা সংগ্ৰহ )

📝মীনা পামে গাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ