সপোনৰ যাত্ৰা (অণুগল্প)

   
বাছৰ বাবে ৰৈ থকা ল'ৰাটোৰ মুখত আনন্দৰ হাঁহি , তাৰ হাতত থকা বেগটোত উলিয়াই এযোৰ মেখেলা-চাদৰ আৰু ধূতি-চোলা । মনতে ল'ৰাটোৱে মাক-দেউতাকৰ হাঁহিৰ মুখ দুখন কল্পনা কৰি বেগটো আগতকৈ বেছি জোৰকৈ বুকুৰ মাজত সাৱটি ধৰিলে , কাৰণ বেগটো যে তাৰ সেই যাত্ৰাৰ সপোন ।।                                                           
📝ৰিংকী মণি নাথ 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send