Home ৰিংকী মণি নাথ সপোনৰ যাত্ৰা (অণুগল্প) সপোনৰ যাত্ৰা (অণুগল্প) person©Admin August 14, 2020 0 share বাছৰ বাবে ৰৈ থকা ল'ৰাটোৰ মুখত আনন্দৰ হাঁহি , তাৰ হাতত থকা বেগটোত উলিয়াই এযোৰ মেখেলা-চাদৰ আৰু ধূতি-চোলা । মনতে ল'ৰাটোৱে মাক-দেউতাকৰ হাঁহিৰ মুখ দুখন কল্পনা কৰি বেগটো আগতকৈ বেছি জোৰকৈ বুকুৰ মাজত সাৱটি ধৰিলে , কাৰণ বেগটো যে তাৰ সেই যাত্ৰাৰ সপোন ।। 📝ৰিংকী মণি নাথ Tags অণুগল্পৰিংকী মণি নাথ Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ