আজিৰ দিনটোৰ বিশেষত্ব ০৩ আগষ্ট

Rinku Rajowar
0
ইতিহাসত আজিৰ দিনটো

৩ আগষ্ট হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৫তম  দিন। বছৰ শেষ হ'বলৈ ১৫০ দিন বাকী থাকে। আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হৈছে ~

🔹১৮৮৬ চনৰ আজিৰ দিনটোতে হিন্দী সাহিত্যৰ বিশিষ্ট পণ্ডিত মৈথিলীচৰণ গুপ্তৰ জন্ম হয়।

🔹 ১৯৮৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল ছেত্ৰীৰ জন্ম হৈছিল।

🔹 ১৯৫৯ চনৰ আজিৰ দিনটোতে কবি-দাৰ্শনিক ভবানন্দ দত্তৰ মৃত্যু হয়।

🔹 ১৯৮০ চনৰ আজিৰ দিনটোতে শিল্পী কমল নাৰায়ণ চৌধুৰীৰ মৃত্যু হয়। তেখেত অসমত এগৰাকী চলচ্চিত্ৰ তথা সংগীত পৰিচালক আৰু অভিনেতা হিচাবে জনাজাত।
  
🔹১৯৫৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ পাৰমাণৱিক শক্তি বিভাগ প্ৰতিষ্ঠা হয়।

🔹১৮৮৫ চনৰ আজিৰ দিনটোতে উমেশ চন্দ্ৰ বন্দোপাধায়ৰ সভাপতিত্বত মুম্বাইত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন আৰম্ভ হয়।

🔹১৯১৪ চনৰ আজিৰ দিনটোতে প্ৰথম মহাসমৰত ফ্ৰান্সৰ বিৰুদ্ধে জাৰ্মানীয়ে যুদ্ধ ঘোষণা কৰে।

🔹১৯৬০ চনৰ আজিৰ দিনটোতে নাইজাৰে স্বাধীনতা লাভ কৰে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)