মহাৰাষ্ট্ৰৰ,সিন্ধুদাৰ্গৰ সুনীতা!দ্বাদশৰ পৰীক্ষাত ৯৮% ৰে উৰ্ত্তীণ হৈ এতিয়া এইদৰে সাঁজু হৈছে MBBS ৰ বাবে।অৱশ্যে এইটো তাইৰ স্থায়ী ঘৰ নহয়।এখন পাহাৰৰ ওখ টিঙনাত এইদৰে এটা জুপুৰি সাজি পঢ়াৰ কাৰণ হ'ল ইন্টাৰনেট।এই ঠাইখিনিত পোৱা যায় ইন্টাৰনেটৰ সংযোগ।সেইহে এইদৰে বোকা-পানীৰ মাজত,পাহাৰৰ ওপৰত MBBS ৰ বাবে সাজু হৈছে তাই।তাইৰ এই পৰিস্থিতি দেখি নিশ্চয় আপুনিও অনুমান কৰিব পাৰিছে তাইৰ ঘৰুৱা অৱস্থাৰ কথা।
জীৱনত মানুহে যেতিয়া মনে প্ৰাণে এটা নিদিষ্ট লক্ষ্য বান্ধি নিজৰ সমস্ত কৰ্মশক্তি,হাৰ নমনা ইচ্ছা শক্তি আৰু প্ৰচেষ্টাক কামত লগায় তেতিয়া মানুহ সফল হবই হব জীৱনত।নেপোলিয়ন হিলে থিকেই কৈছিল"মানুহ ইচ্ছাকৃত ভাৱেই দৰিদ্ৰ হয়।দৰিদ্ৰতাই তেঁওকহে হেঁচা মাৰি ধৰে যাৰ মন দুৰ্বল।"
সংগ্ৰহ: ফেচবুকৰ পৰা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ