ছাত্ৰ -ছাত্ৰীসকলে জানিব লগা সাধাৰণ জ্ঞান

©Admin
0

ছাত্ৰ -ছাত্ৰীসকলে জানিব লগা সাধাৰণ জ্ঞান। 

১/ বিশ্ব স্বাস্থ্য সংস্থা (WHO) ই ক'ৰণা ভাইৰাছৰ অধিকাৰীৰ নাম কি ৰাখিছে ?         
উত্তৰ= ক'ভিড ১৯ (Covid-19)

২/ ক'ৰণা ভাইৰাছক কোনে আন্তৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা বুলি ঘোষণা কৰিছে ?

উত্তৰ= বিশ্ব স্বাস্থ্য সংস্থা (WHO) ।

৩/ বিশ্ব স্বাস্থ্য সংস্থাৰ WHO অনুসৰি Covid-19 ত থকা Vi মানে কি?
উত্তৰ= Virus .   অৰ্থ হ'ল

Covid19    =Co- Corona
                  Vi- Virus
                  D- Disease
                  

৪/ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই পোন প্ৰথমে ক'ৰণা ভাইৰাছক মহামাৰী বুলি ঘোষণা কৰিছে ।
  উত্তৰ= কেৰেলা ।

৫/ ক'ৰণা ভাইৰাছৰ দ্বাৰা প্ৰভাৱিত দেশবোৰৰ বাবে কোনে ১২ মিলিয়ন ডলাৰ আগবঢ়োৱাৰ ঘোষণা কৰিছে । 
উত্তৰ=  বিশ্ব বেংক (World Bank)

  বৰ্তমান সময়ৰ উল্লেখযোগ্য আৰু জানিবলগীয়া কিছুমান সাধাৰণ জ্ঞান । বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। এই  মহামাৰীবিধে দেশৰ অচলা অৱস্থা সৃস্তি কৰিছে ।



 📝শ্ৰী উৎপল দাস (সংগ্ৰাহক)
     কুৰুৱাবাহী বোকাখাত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)