আখৰা

©Admin
0

সুন্দৰ মনেৰে আমি পৃথিৱী সজাওঁ
হাঁহি হাঁহি সুখৰ বতৰা ভগাও
সফলতা,বিফলতা সকলো গ্ৰহণ কৰি
সুখৰ হিচাপেৰে দিনবোৰ কটাওঁ ।

সময়ৰ কাম আমি সময়তে কৰোঁ
জীৱন অনুপম কৰি মহাসুখ লভোঁ,
সজলোকৰ সজকথা নিতৌ নিতৌ শিকোঁ
প্ৰেম আৰু কৰুণাৰে জগত জিনো।

📝কল্পিতা বৰা
কমলাবাৰী,মাজুলী কুঁকি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)