আখৰা

সুন্দৰ মনেৰে আমি পৃথিৱী সজাওঁ
হাঁহি হাঁহি সুখৰ বতৰা ভগাও
সফলতা,বিফলতা সকলো গ্ৰহণ কৰি
সুখৰ হিচাপেৰে দিনবোৰ কটাওঁ ।

সময়ৰ কাম আমি সময়তে কৰোঁ
জীৱন অনুপম কৰি মহাসুখ লভোঁ,
সজলোকৰ সজকথা নিতৌ নিতৌ শিকোঁ
প্ৰেম আৰু কৰুণাৰে জগত জিনো।

📝কল্পিতা বৰা
কমলাবাৰী,মাজুলী কুঁকি

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send