পত্তন কত ?
পাৰ হৈ যাব বৰ্ষাঙ্গ
দীঘল দি পৰি ৰৱ বল্লভ।
আকৌ !
লাহে লাহে মৈত্ৰেয়ী
মৈথুনিকা উগ্ৰমূৰ্ত্তি,
প্ৰেম বোৰত মৈচ্ছা হবলৈ গৈ আছে,
ভাবিলে মনত অক্ৰুসে ঘোচা মাৰে
তীব্ৰ হৈ শক্তি
ৰাজহন্তা মই গৌৰৱ কৰোঁ।
টেতাল তেজাল মনক লৈ
বাধাপ্ৰাপ্ত কণ্ঠস্বৰ ৰুদ্ধ,
নীচতন্ত্ৰ পথভ্রষ্ট।
🖊️ দিপজ্যোতি বৰদলৈ
মৰিগাঁও, অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ