পথভ্রষ্ট

কুৰি শতিকাৰ যান্ত্ৰিক যুগৰ পত্ৰযৌৱন
পত্তন কত ?
পাৰ হৈ যাব বৰ্ষাঙ্গ
দীঘল দি পৰি ৰৱ বল্লভ।
আকৌ !
লাহে লাহে মৈত্ৰেয়ী 
মৈথুনিকা উগ্ৰমূৰ্ত্তি,
প্ৰেম বোৰত মৈচ্ছা হবলৈ গৈ আছে,
ভাবিলে মনত অক্ৰুসে ঘোচা মাৰে
তীব্ৰ হৈ শক্তি 
ৰাজহন্তা মই গৌৰৱ কৰোঁ।
টেতাল তেজাল মনক লৈ
বাধাপ্ৰাপ্ত কণ্ঠস্বৰ ৰুদ্ধ,
নীচতন্ত্ৰ পথভ্রষ্ট।

🖊️ দিপজ্যোতি বৰদলৈ
      মৰিগাঁও, অসম

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send