✍️ৰিংকী মণি নাথ
লাজ (অণুগল্প)
October 02, 2020
0
সকলো সময়তে সাধাৰণ কথাতে ওচৰ-চুবুৰীয়াক হাঁহি থকা ৰীমা আজি নিজেই সেই মানুহবোৰৰ আগত হাঁহিয়াতৰ পাত্ৰ হ'ব লগা হয় , যেতিয়া তাই বাপেকৰ কু-কৃতিৰ কথা মানুহবোৰৰ মুখেৰে শুনে তেতিয়াই তাই লাজতে কান্দি বিজুলী গতিত ঘৰ সোমায়।
Tags
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ