লাজ (অণুগল্প)

সকলো সময়তে সাধাৰণ কথাতে ওচৰ-চুবুৰীয়াক হাঁহি থকা ৰীমা আজি নিজেই সেই মানুহবোৰৰ আগত হাঁহিয়াতৰ পাত্ৰ হ'ব লগা হয় , যেতিয়া তাই বাপেকৰ কু-কৃতিৰ কথা মানুহবোৰৰ মুখেৰে শুনে তেতিয়াই তাই লাজতে কান্দি বিজুলী গতিত ঘৰ সোমায়।

 ✍️ৰিংকী মণি নাথ 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send