নোকোৱা কথাষাৰ

     

     নমিয়ে কথাষাৰ শুনি বোবা হৈ ৰ'ল, তাই নোকোৱা কথাষাৰ জোৰকৈ ক'লে তাই কোৱা বুলি অমিতে ।

           নমিয়ে ভাবিলে কথাষাৰ বাৰু মই কৈছোৱেই
তাত দোষতো একো নাই।এদিন এই অমিতেই জানো তাইক প্ৰেম নিৱেদন কৰিছিল আৰু এদিন তাই কুৎসিত বুলি থেলি দিয়া নাছিলনে অনিশ্চয়তাৰ
গহ্বৰলৈ???এতিয়া অমিতৰ নিজৰ গাত সেই শৰপাতে বিন্ধাত গা শিৰশিৰাই উঠিলে , তাৰ
সহধৰ্মিণী ধুনীয়া নহয় বাবে ।


📝হীৰামনি শৰ্মা উপমন্যু
গুৱাহাটী বেলতলা 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send