নোকোৱা কথাষাৰ

©Admin
0

     

     নমিয়ে কথাষাৰ শুনি বোবা হৈ ৰ'ল, তাই নোকোৱা কথাষাৰ জোৰকৈ ক'লে তাই কোৱা বুলি অমিতে ।

           নমিয়ে ভাবিলে কথাষাৰ বাৰু মই কৈছোৱেই
তাত দোষতো একো নাই।এদিন এই অমিতেই জানো তাইক প্ৰেম নিৱেদন কৰিছিল আৰু এদিন তাই কুৎসিত বুলি থেলি দিয়া নাছিলনে অনিশ্চয়তাৰ
গহ্বৰলৈ???এতিয়া অমিতৰ নিজৰ গাত সেই শৰপাতে বিন্ধাত গা শিৰশিৰাই উঠিলে , তাৰ
সহধৰ্মিণী ধুনীয়া নহয় বাবে ।


📝হীৰামনি শৰ্মা উপমন্যু
গুৱাহাটী বেলতলা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)