অনুতাপ-০৯ (ধাৰাবাহিক উপন্যাস)

Rinku Rajowar
0
মা,মা..........। হঠাৎ দ্বীপে চিঞৰিলে।মাকে সাৰ পাই দ্বীপক জগালে। পানী খুৱাই দিলে।মাকে কি হ'ল শুধাত মাকক জোৰেৰে সাৱতি কান্দিবলৈ ধৰিলে।কি হ'ল অ তোৰ কচোন বাবা ।তোৰ দেউতাৰ আছো নহয় ক তোৰ দেউতাৰক ক কি হৈছে। দেউতাকক সাৱতি পুনৰ কান্দিবলৈ ধৰিলে। মাক-দেউতাক চিন্তিত হৈ পৰিল। নাই মা একো হোৱা নাই বেয়া সপোন এটা লিখিছিলো।তোমালোকক কোনোবাই মাৰিব আহিছিল। সেয়েহে চিঞৰিছিলো। নাই অ  বাবা আমাক আক কোনে মাৰিব।তই আচ নহয়।শুই থাক।আহ্ তই মোৰ লগতে শুবি।যি তি বোৰ চিন্তা কৰি নাথাকিবিচোন।একো নহয় শুই থাক।মাকে দ্বীপক শুৱাবলৈ চেষ্টা কৰিলে।
        কিন্তু দ্বীপেহে জানে তাৰ কি হৈছে ।কিয় সি বাৰে বাৰে নিৰাশ হ'ব লগা হৈছে। মাত্ৰ এজনী ছোৱালীৰ বাবেই নহয়। কিন্তু তাক যে মাক-দেউতাকে বহুত বিশ্বাস কৰে। তেন্তে কিয় সি ইমান ভাঙি পৰিছে। কেতিয়াবা দ্বীপ অধৈৰ্য হৈ পৰে।নাই মই আকৌ ভাল হম।ভাল হ'বই লাগিব।সি শুবৰ যত্ন কৰিলে।

✒️পংখী মৰাণ
  তিনিচুকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)