আপুনি সেইফালে নাযাব (অণুগল্প)

©Admin
0

 ৰীমাই উচ্চ ৰক্তচাপত ভুগি সংজ্ঞা হেৰুওৱা শহুৰ দেউতাকক ক’লে -' আপুনি সেইফালে নাযাব ৷ '
          দেউতাকৰ এটাই কথা - 'মোৰ ঘৰ , মই য’লৈকে যাওঁ মোৰ কথা ৷'
         অলপ সময়ৰ পিছতেই ৰীমাই ল’ৰাটোক মাতি ক’লে - 'বোপাই ককা পৰিল মলমটো লৈ আনচোন ৷ দুখ পোৱা  ঠাইত অলপ লগাই দিওঁ ৷'

📝দেৱশ্ৰী ওজা বৰা
বিশ্বনাথ,গহপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)