আপুনি সেইফালে নাযাব (অণুগল্প)


 ৰীমাই উচ্চ ৰক্তচাপত ভুগি সংজ্ঞা হেৰুওৱা শহুৰ দেউতাকক ক’লে -' আপুনি সেইফালে নাযাব ৷ '
          দেউতাকৰ এটাই কথা - 'মোৰ ঘৰ , মই য’লৈকে যাওঁ মোৰ কথা ৷'
         অলপ সময়ৰ পিছতেই ৰীমাই ল’ৰাটোক মাতি ক’লে - 'বোপাই ককা পৰিল মলমটো লৈ আনচোন ৷ দুখ পোৱা  ঠাইত অলপ লগাই দিওঁ ৷'

📝দেৱশ্ৰী ওজা বৰা
বিশ্বনাথ,গহপুৰ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send