পুত্ৰ মোহ (অণুগল্প)

©Admin
0
  সম্বন্ধীয় শাশুৱেক দুজনীয়ে পূজা বুলি নিজৰ দুই বোৱাৰীলৈ  কাপোৰ  আনিলে বজাৰলৈ গৈ  , নতুন কাপোৰ দুযোৰ লৈ দুই বোৱাৰীয়ে আনন্দতে পিন্ধিয়ে দিলে ।
              ৰুমীয়ে কাপোৰ দুযোৰ  দেখি বিস্মিত হ'ল - এই শাশু দুজনীয়ে এটা সময়ত তাইক ক'মখন কূট-কথা শুনোৱা নাছিল নে, আনকি মানুহৰ আগতো তাকেলৈ কিমান বু-বা কৰিছিল , তাই গাওঁৰ পৰা দূৰৈত থাকিও চুৰিদাৰ পিন্ধাৰ বাবে । 
           ৰুমীয়ে মনেৰে ভাবিলে এয়া অংকৰ হিচাব-
"পুত্ৰ মোহৰ "
        
🖋️হীৰামনি শৰ্মা উপমন্যু
গুৱাহাটী,বেলতলা ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)