ভালপোৱাৰ অপমান

©Admin
0
তেওঁৰ সবোচ্চ ত্যাগ কৰি, ভাল পোৱা মানুহৰ কথা ভাবি থাকে দিনে ৰাতিয়ে কিন্তু তেওঁলোকে কোনো দিনে মানুহজনক সন্মান নিদিয়ে  তথাপিয়ো মানুহজনে নিলাজৰ দৰে সিহঁতৰ ওচৰলৈ যায় ।

তেওঁৰ পৰিয়ালটোৰ মানুহৰ লগত কথা ৰ্বাতা আলোচনা নকৰে । সিহঁতৰ লগত বহুত কথা বহুত আলোচনা ।

তেওঁক আমি ভাল পাওঁ ।
তেওঁ সিহঁতক ভাল পায় ।
আমি সিহঁতক বেয়া পাওঁ ।

আমি ভাবো আমি তেওঁ যোগ্য নহয় নেকি?
কিজানি তেওঁলোক তেওঁৰ যোগ্য ?

আমিহে তেওঁৰ ৰক্ষক তেওঁ আমাৰ ভগৱান, সিহঁতবোৰ হৈছে মাথোঁ ভক্ষক ।

একনেকৈয়ে ভালপোৱা হৈছে অপমান ।


       📝শ্ৰী উৎপল দাস
      কুৰুৱাবাহী বোকাখাত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)