ৰাতিলৈ হাড় ভঙা বৰষুণ ।
বৰষুণ পায় ৰাতিৰ কেতেকী জনী
নিমাত - নিস্তদ্ধ ।।
মনৰ মাজত মাজনিশা
উদভ্ৰান্ত ছন্দৰ তালত উত্তাল
জীপাল মৰমবোৰ ।।
মাজনিশা স্বপ্নবোৰে এটা কথাকে গুণগুণাই আছিল
অন্ধাকাৰ কাৰাগাৰ ভাঙি
মনৰ নীলা চৰাইজনী উৰা মৰা ।।
ক্ৰমে বৰষুণ বাঢ়ি আহিছে __
ভালপোৱা বোৰে মনতে চুপহি মেলিছে ।।
এমুঠি হতাশ বেদনাৰে __
অশ্ৰু কোমল দলিচাত__
এনেদৰেই পাৰ হয় প্ৰতি মাজনিশা ।।
🖊️সীম সীমান্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ