আমি অকনি

©Admin
0
আমি অকনি 
জ্ঞান বিচাৰি 
আগবাঢ়ি বাঢ়ি যাওঁ ৷
নিজৰ কামৰে 
আমি আজি
পোহৰ বিচাৰি যাওঁ ৷
কন কন শিশু আমি 
দেশৰ ধৰণী ,
নাজানো আমি 
কাৰোবাক কৰিবলৈ 
মৰম একাজ্বলি ৷
বিশ্বৰ চোতালত ,
এদিন আমিয়েই বন্তি,
আমিয়েই হ’ম 
সচাকৈয়ে বিশ্বৰ 
এটি উজ্জ্বল ৰেঙনি ৷


📝দেৱশ্ৰী ওজা বৰা
বিশ্বনাথ,গহপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)