শিক্ষাগুৰু

©Admin
0
হে শিক্ষাগুৰু তোমাক প্ৰণাম  তুমিয়েই আমাৰ  নতুন পথৰ লগৰী তুমিয়েই আমাক বাট দেখুওৱা আৰু আমাক জ্ঞান দিওঁতা তোমাৰ বাহিৰে নাই কেও।হে শিক্ষাগুৰু বিদ্যালয়ত                         কিবা ভুল কৰিছো হ'লে  ক্ষমা কৰিব । তুমি দিয়া গালি গালাজসমূহ আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছো।হে শিক্ষাগুৰু মোক ক্ষমা কৰিবা ।তুমিয়েই  আমাৰ অতি আপোন আপোনাৰ আদৰ্শ আমাৰ জীৱনৰ দাপোন 
সেই দাপোনেৰে অসম মাতৃ জিলিকাম জয় আই অসম ।। 

📝শ্ৰী বিনোদ চেৰো   
উমাতাৰা চাহ বাগিছা   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)