স্বাৰ্থপৰ(অণুগল্প)

Rinku Rajowar
0
সিদিনা হঠাৎ দ্বীপে ৰমেনক বাটত দেখিলে। দ্বীপে ভাবিছিলে ৰমেনে দ্বীপক আগৰ দৰেই মাতিব।যেনেকৈ ৰমেনে চাকৰি পোৱাৰ আগত মাতে।কিন্তু ভবা কথা নহয় সিদ্ধি,বাটত আছে কণা বিধি।ৰমেনে দ্বীপৰ ফালে কেৰাহিকৈও নাচালে।দ্বীপে মনতে ভাবিলে ৰমেনে আগতে এনেকোৱা কেতিয়াও কৰা নাছিলে।সি মোক য'ত দেখিলেও মাতিছিলে।সি আগত এটা সহজ-সৰল আৰু নিঃস্বাৰ্থ ল'ৰা আছিলে কিন্তু চাকৰি পোৱাৰ পিছৰে পৰা সিও স্বাৰ্থপৰ হৈ গ'ল।তেজ মঙহৰ সম্পৰ্ক থকা বোৰো আজি অচিনাকি হৈ ৰ'ল।

🖋️দ্বীপ দীপাংকৰ লাহন
বিশ্বনাথ,গহপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)