পৰিৱৰ্তন - অণুগল্প

©Admin
0
                                    
সন্ধ্যাই বাটেৰে আহি থাকোতে ৰীমাক পদূলিত ৰখি থকা দেখি তাই অলপ সময় ৰৈ ৰীমাক মাত এষাৰ লগালে , ৰীমাই সন্ধ্যালৈ চাই হাঁহিব নিবিচৰা হাঁহি এটা মাৰি পদূলিৰ পৰা ঘৰলৈ সোমাই গ'ল, এই দেখি সন্ধ্যাই মনতে ভাবিলে সেইদিনা সৰু হয় থাকোতে  সকলোকে আগে- ভাগে  মাতি লোৱা ছোৱালী জনী আজি তাইৰ ওচৰৰ পৰা এনেদৰে আতঁৰি গ'ল !                                                          
                                       
   📝 জিন্তী মণি নাথ 
       বঙাইগাওঁ  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)