PUBG ৰ নিচাত পানীৰ ঠাইত এচিড খালে নৱযুৱকে PUBG (খণ্ড-০৪)

©Admin
0
ঘটনাটো এবছৰ পুৰণি অৰ্থাৎ ২০১৯ চনৰ মাৰ্চ মাহৰ ৷ এজন নৱযুৱকে PUBG খেলত ইমানেই ব্যস্ত আছিল যেতিয়া তাক পিয়াহ লাগিলত পানী বুলি এচিডকে খাই 
পেলালে ৷ নৱযুৱকজনৰ বয়স ২৫ বছৰ ৷ লগেলগে চিকিৎসাধীন হোৱাত প্ৰাণ ৰক্ষা পৰিল কিন্তু পেটৰ ভিতৰত বেয়া প্ৰভাৱ পৰিল ৷ এই ঘটনা ঘটিছিল মধ্য প্ৰদেশৰ গত ৷ নৱযুৱকজন বহু দিন ধৰি ভালকৈ খোৱা বোৱা কৰিব পৰা নাছিল ৷ আচৰিত হবলগা কথা যে নৱযুৱকজন চিকিৎসালৈত থকা অৱস্থাতো PUBG গেম খেলিছিল ৷
গতিকে এই খণ্ডতো গম পোৱা গ'ল যে PUBG গেমে মানুহক কিমান ভয়ংকৰ পৰিস্থিতিলৈ লৈ যাব পাৰে ৷ PUBG নৱপ্ৰজন্মৰ কাৰণে কালৰূপ আছিল এয়া কিন্তু সত্য কথা ৷ গতিকে চৰকাৰী পক্ষলৈ মোৰ বিনম্ৰ অনুৰোধ যাতে PUBG আৰু ইয়াৰ নিচিনা কোনো গেমক আমাৰ সমাজত মুকলি নকৰে যেন ৷ 
আগলৈ আপুনি পঢ়িবলৈ পাব 
PUBG ৰ প্ৰভাৱত নিজকে আঘাত কৰি চিকিৎসালয় মুখী হোৱা ল'ৰাজনৰ বিষয়ে ৷

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)