কাৰ আঙুলিৰ ফাঁকে ফাঁকে
সৰি পৰিছিল
এপাহ এপাহকৈ এমুঠি শেৱালি।
শৰতে জানে,
কাৰ আঙুলিৰ ভাঁজে ভাঁজে
পাৰ হৈছিল সময়বোৰ;
কাৰোবাৰ অপেক্ষাত।
শৰতে উপলব্ধি কৰিছে,
আপোনজনক পোৱাৰ আনন্দ
নাইবা,
শৰতে উপলব্ধি কৰিছে
আপোনজনক হেৰুওৱাৰ বেদনা।
🖊️ প্ৰজ্ঞা দেৱী ভূঞা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ