সাঁচি থৈছো

হাঁচটিত বান্ধি থৈছো
এসাগৰ নীলা আকাশ
তোমালোকৰ বাবেই

তোমালোকৰ অনুৰাগবোৰ 
ওলমি আছে
ময়ূৰৰ পাখি পিন্ধা
এজনী কাউৰীৰ ঠোঁটত ।

🖋️সৌৰভ কুমাৰ বৰুৱা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send