যদি আপোনাৰ সন্তাননে মবাইল ব্যৱহাৰ কৰে তেন্তে আপুনি নিচিন্তে ব্যৱহাৰ কৰিবলৈ দিয়ক কিয়নো আপোনাৰ সন্তানে মবাইলত কি কি কৰি থাকে এই সকলোবোৰ আপোনাৰ দৃষ্টিগোচৰ হৈ থাকিব কেনেকৈ সেইয়া তলত বিতংকৈ উল্লেখ কৰা হৈছে -
১. Free fire যেনে সকলোধৰণৰ মবাইল গেম মবাইলৰ গুগল প্লে স্টৰত Play store ত উপলব্ধ থাকে ৷
আপোনাৰ সন্তানে কি কি গেম Install কৰিছে আৰু কি কি Apps ত লগ ইন log in কৰিছে এই সকলবোৰ তথ্য আপুনি সহজে পাবলৈ ৷ আপোনাৰ E mail ID আৰু Password আপোনাৰ সন্তানৰ মবাইলত log in কৰি থলে আপোনাৰ সন্তানে মবাইল কৰা কাণ্ড বোৰৰ জাননী প্ৰতিপলে পলে আপোনাৰ মবাইলত লাভ কৰিব পাৰে ৷ ফলত আপুনি আপোনাৰ সন্তানক যিবোৰ ভৱিষ্যত আৰু জীৱন ধবংসকাৰী গেম আৰু Apps আছে সেইবোৰৰ পৰা আঁতৰাই ৰাখিব পাৰিব ৷
২ . Google এনেকুৱা ধৰণৰ প্লেটফৰ্ম য’ত ভাল বেয়া সকলো ধৰণৰ বিষয় বস্তু উপলব্ধ আছে ৱেবছাইটৰ মাধ্যমৰে আমি বিচৰা প্ৰতিটো বিষয়েবস্তু Google য়ে আমাক তৎক্ষণাত দেখােৱাই দিয়ে ৷ ফলস্বৰূপে আজিৰ নৱপ্ৰজন্মই Googleৰ দুৰ্প্ৰয়োগ বেছিকৈ কৰিবলৈ লৈছে আৰু জীৱনটোক ধবংসৰ পথত লৈ গৈ আছে ৷ lএইবোৰৰ পৰা আপোনাৰ সন্তানক আঁতৰত ৰাখিবলৈ হ’লে আপুনি আপোনাৰ সন্তানৰ মবাইলত Screen recorder active কৰি থৈ আপোনাৰ সন্তানে Google ত Search কৰা সকলবোৰ বিষয়বস্তুৰ জাননী লাভ কৰিব পাৰে আৰু আপোনাৰ সন্তানৰ ভবিষ্যত নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিব ৷
৩. আপোনাৰ সন্তানক গেম তথা অন্য ধৰণৰ যিমানবোৰ Apps আছে যিটোৱে বেয়া প্ৰভাৱ পেলাই এই সকলো ধৰণৰ Apps ক Install হোৱাত বাধা দিবলৈ Apps look নামৰ এপ্লিকেচনৰ সহায় লব পাৰে নাইবা মবাইল চেটিংত permission line অফ কৰি থব পাৰে ৷
এইখিনি আছিল উপায় আপোনাৰ সন্তানক মবাইল ব্যৱহাৰ কৰিবলৈ দি সকলো সদয়ত এই উপায় ব্যৱহাৰ কৰি দৃষ্টি ৰাখি সুপথে পৰিচালিত কৰিব পাৰে ৷
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ