আপোনাৰ সন্তানক কিদৰে Google ৰ সৎ ব্যৱহাৰ শিকাব ?

©Admin
0
কিছু সংখ্যক শিশুৱে গেম এই কাৰণে খেলে যাতে  সি নিজকে অকলশৰীয়া অনুভৱ নকৰে নাইবা ঘৰুৱা কন্দল , অভিভাৱকে সন্তানটোক সময় নিদিয়ে বিভিন্ন কাৰণবশতঃ ব্যস্ত থাকে বা  ঘৰৰ পৰা নিলগত থাকে , লগত সময় অতিবাহিত কৰিবলৈ কোনো লগৰ নাথাকে তেনে পৰিস্থিতিত শিশুসকলে গেম খেলি নিজকে ব্যস্ত কৰি ৰাখে যাতে সি অকলশৰীয়া অনুভৱ নকৰে,নিৰাশ নহয় আদি ৷
গতিকে এইক্ষেত্ৰত অভিভাৱকৰ গধুৰ দায়িত্ব আছে নিজৰ সন্তানটোক সময় দিয়াটো আৰু সান্নিধ্য প্ৰদান কৰাটো আৰু কিবা কাৰণত নিৰাশ থাকিলে সান্ত্বনা দিয়াটো অতি আৱশ্যক।

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)