নিৰৱ-অমৰ নায়ক

নিদ্ৰামগ্ন অভিমানী শব্দবোৰ
আপোন যদিও পৰ যেন অনুভৱ হয়
খিৰিকিৰ ফাকেৰে অহা কোমল বতাহৰ স্পৰ্শত।
মই জানো তুমি এতিয়া আনৰ,
তুমি তোমাৰ প্ৰিয়জনৰ বাবে ৰাতি ৰাতি Online আহা
আৰু মই তোমাৰ বাবে,
তোমাৰ ধুনীয়া DP খনৰ আৰতে সুপ্ত মোৰ সমস্ত সুখ
হয়তো তুমি নাজানা আৰু মইও ক'ব নোৱাৰিম।

 ✍️অমৰ নায়ক
 তিনিচুকীয়া

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send