Homeকবিতা কবিতা-অনুভৱ October 17, 2020 0 একান্ত প্ৰাপ্তিবোৰবজাৰৰ খাৰু-মণিৰ এটা সৰু বাকচতএৰি থৈ আহিলো ;জোলোঙাতপ্ৰাপ্যবোৰ যেন এতিয়া সৌ দূৰ আকাশৰ নিহাৰিকা ৷ ✍️সৌৰভ কুমাৰ বৰুৱা Tags: কবিতা সৌৰভ কুমাৰ বৰুৱা