কবিতা-অনুভৱ


একান্ত প্ৰাপ্তিবোৰ
বজাৰৰ খাৰু-মণিৰ 
এটা সৰু বাকচত
এৰি থৈ আহিলো ;

জোলোঙাত
প্ৰাপ্যবোৰ যেন এতিয়া 
সৌ দূৰ আকাশৰ নিহাৰিকা ৷

              
✍️সৌৰভ কুমাৰ বৰুৱা

Post a Comment

Previous Post Next Post