স্তৱক-প্ৰজ্ঞা দেৱী ভূঞা

©Admin
0
(০১)
স্মৃতিৰ মানসপটত অগা-ডেৱা কৰে;
এমুঠিমান অনুভৱ,
অনুভৱৰ ডেউকাত 
দুপাখি মেলি উৰিব খোজে আৱেগবোৰে।

(০২)
আৱেগৰ বুকুত আছে
হাজাৰটা সপোন,
সপোনৰ সময়ত কৃষ্ণচূড়াৰ অভিমান।

✍️ প্ৰজ্ঞা দেৱী ভূঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)