স্তৱক-প্ৰজ্ঞা দেৱী ভূঞা

(০১)
স্মৃতিৰ মানসপটত অগা-ডেৱা কৰে;
এমুঠিমান অনুভৱ,
অনুভৱৰ ডেউকাত 
দুপাখি মেলি উৰিব খোজে আৱেগবোৰে।

(০২)
আৱেগৰ বুকুত আছে
হাজাৰটা সপোন,
সপোনৰ সময়ত কৃষ্ণচূড়াৰ অভিমান।

✍️ প্ৰজ্ঞা দেৱী ভূঞা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send