সেইখন এখন কিতাপ যিয়ে সলনি কৰিলে মহাত্মা গান্ধীৰ জীৱন

©Admin
0
মহাত্মা গান্ধীয়ে ২৯ নবেম্বৰ ১৯২৫ চনত সেই কিতাপ খন লিখিবলৈ আৰম্ভ কৰিছিল 
আৰু ১৯২৯ চনৰ ৩ ফেব্ৰুৱাৰীত কিতাপখন লিখি সম্পূৰ্ণ কৰিছিল ৷
গান্ধীজীয়ে অধ্যয়নক বুজিবলৈ সত্যৰ প্ৰয়োগত " এক উত্তম অনুভৱ প্ৰাপ্ত কৰিছিল ৷ যাক স্বয়ং গান্ধীজীয়ে লিপিবদ্ধ কৰিছিল ৷
" সত্যৰ প্ৰয়োগ " মহাত্মা গান্ধীৰ দ্বাৰা লিখা সেই কিতাপ খন হ’ল গান্ধীজীৰ 
" আত্মকথা "
 এইখন কিতাপ গুজৰাটী ভাষাত 
লিখিছিল , যি পাছলৈ হিন্দীত অনুবাদ
 হ’ল ৷
এইখনে কিতাপ হৈছে পৃথিৱীত অত্যাধিক পঢ়া কিতাপৰ ভিতৰত এখন ৷
গান্ধীজীয়ে  সত্যৰ প্ৰয়োগ অথৱা
" আত্মকথা " কিতাপখনে বিশ শতিকাৰত সত্য অহিংসা আৰু ইশ্বৰৰ মৰ্ম বুজাবলৈ গান্ধীজীয়ে লিখিছিল ৷
গতিকে গান্ধীজীয়ে নিজৰ মন্তব্য কিতাপখনত উল্লেখ কৰিছে ৷ পাঠক বৃন্দই অনলাইনত এই কিতাপ সহজে ক্ৰয় কৰি পঢ়িব পাৰিব ৷ বৰ্তমান এনেধৰণৰ কিতাপৰ আৱশ্যকতা আছে ৷ বৰ্তমান সমাজ ব্যৱস্থাত যি দুৰ্নীতি আৰু অনিয়মৰ সৃষ্টি হৈছে সেইয়া দূৰ কৰিবলৈ এইখন কিতাপ উপযুক্ত কাৰণ কিতাপ খন মই নিজেই অধ্যয়ন কৰিছোঁ আৰু মই মোৰ জীৱনত পৰিবৰ্তন আনিবলৈ সক্ষম হৈছোঁ  ৷ সেইকাৰণে মই নিশ্চিত যে আজিৰ প্ৰজন্মক এইখন কিতাপে সুপথ দেখােৱাবলৈ সক্ষম হব ৷

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)