Home ডাঃ প্ৰণৱ চক্ৰৱৰ্তী ইচ্ছা ইচ্ছা Author - person©Admin October 09, 2020 0 share আহক, মন্দিৰলৈ যাওঁআল্লাৰ বিপক্ষে কথা নকোৱাৰসংকল্প লওঁ ৷আহক, মছজিদলৈ যাওঁভগৱানৰ বিপক্ষে কথা নকোৱাৰশপত লওঁ ৷আহক, ধৰ্মৰ নাম লৈআমাক উচতাই থকা সকলকউৎখাত কৰোঁ ...🖋️প্ৰণৱ চক্ৰৱৰ্তী Tags কবিতাডাঃ প্ৰণৱ চক্ৰৱৰ্তী Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ