ইচ্ছা

আহক, মন্দিৰলৈ যাওঁ
আল্লাৰ বিপক্ষে কথা নকোৱাৰ
সংকল্প লওঁ ৷
আহক, মছজিদলৈ যাওঁ
ভগৱানৰ বিপক্ষে কথা নকোৱাৰ
শপত লওঁ  ৷
আহক, ধৰ্মৰ নাম লৈ
আমাক উচতাই থকা সকলক
উৎখাত কৰোঁ ...

🖋️প্ৰণৱ চক্ৰৱৰ্তী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send