ধৰ্ষণ (অণুগল্প)

©Admin
0
"এটা বিকট চিঞৰ আৰু ঘন ঘন উশাহ…"।তাৰ পিছত লাহে লাহে উশাহ বন্ধ হৈ যায়।লগে লগে অৱশ দেহটো এৰি নাৰীৰ জীৱন যৌৱন পান কৰি ভাল পোৱা মানুহৰূপী দানৱকেইজনে গভীৰ অৰণ্যৰ পৰা বীৰদৰ্পে গহীন গহীন খোজেৰে সেই ঠাই ত্যাগ কৰে।

🖋️উত্তম লইং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)