ধৰ্ষণ (অণুগল্প)

"এটা বিকট চিঞৰ আৰু ঘন ঘন উশাহ…"।তাৰ পিছত লাহে লাহে উশাহ বন্ধ হৈ যায়।লগে লগে অৱশ দেহটো এৰি নাৰীৰ জীৱন যৌৱন পান কৰি ভাল পোৱা মানুহৰূপী দানৱকেইজনে গভীৰ অৰণ্যৰ পৰা বীৰদৰ্পে গহীন গহীন খোজেৰে সেই ঠাই ত্যাগ কৰে।

🖋️উত্তম লইং

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send