Home জয়া বড়ি স্মৃতি তোৰণ স্মৃতি তোৰণ person©Admin October 03, 2020 0 share মইতো সৌ সোৱণশিৰি নৈৰ পাৰৰগাভৰু ছোৱালীৰিণিকি ৰিণিকি জিলিকি থকাহিয়াৰ মুকুতাৰ জিলমিলনি।আঁঠুমূৰৰ কলাফুলত মেখেলাবুকুত গুটি ফুলৰ গামোচা,বহল বুকুৰ নৈখন যেন.....উজনিৰ সখীজনী। ✍️জয়া বড়িবোকাখাত,ৰজাবাৰী Tags কবিতাজয়া বড়ি Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ