স্মৃতি তোৰণ

মইতো সৌ সোৱণশিৰি নৈৰ পাৰৰ
গাভৰু ছোৱালী
ৰিণিকি ৰিণিকি জিলিকি থকা
হিয়াৰ মুকুতাৰ জিলমিলনি।
আঁঠুমূৰৰ কলাফুলত মেখেলা
বুকুত গুটি ফুলৰ গামোচা,
বহল বুকুৰ নৈখন যেন.....
উজনিৰ সখীজনী।
  
✍️জয়া বড়ি
বোকাখাত,ৰজাবাৰী

Post a Comment

Previous Post Next Post