জাতি‌ বৈষম্য

©Admin
0
ৰঞ্জনা অফিচৰ পৰা আহি অলপ সময় জিৰণি লোৱাৰ পাছত মোবাইলত ৰাজেন গোস্বামীয়ে জাতি ভেদ প্ৰথাৰ অৱসানৰ ওপৰত দিয়া ভাষণ চাই আছিল। তেনেতে পাঁচ বছৰীয়া নিয়ৰে আহি সোধে "মা, এইজন কোন হয়।" প্ৰশ্নটো শুনি যেন ৰঞ্জনাৰ বুকুখন বিষাই উঠিল । তেওঁ এজন সমাজ কৰ্মী আৰু মোৰ দেউতা.. তোমাৰ মামা ককা। ৰঞ্জনাৰ সেই দিনটোৰ কথা মনত পৰিল যিদিনা তাই দেউতাকৰ অমতত আকাশ বৰুৱাৰ লগত বিবাহপাশত আবদ্ধ হোৱাৰ বাবে তাইক দেউতাকে ত্যাগ কৰিছিল।

🖋️শুভাংশী নেওগ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)