ভাল লাগে মোৰ পৃথিৱীখন-বিনন্দ চন্দ্ৰ চাৰহ

©Admin
0

ভাল লাগে মোৰ নীলা আকাশখনি,
 কিমান যে চৰাই তাত থাকে নাচি বাগি। 
ভাল লাগে মোৰ ধনশিৰি নৈ খনি, 
 ইয়াৰ ওচৰতেই আমাৰ গাঁওখনি ।
ভাল লাগে মোৰ নিজৰ আপোন গাঁওখনি, 
এই গাঁৱতে থাকো আমি মিলিজুলি। 
ভাল লাগে মোৰ ফুলে ফুলে পৰি থকা পখিলাটি চাই,
 ভাবিয়ে নাপাওঁ নানা ৰঙৰ পাখি সি ক'ত বাৰু পায়। 
আটাইতকৈ ভাল লাগে মোৰ পৃথিৱীখনি,
গছ লতা ফুলেৰে ভৰা এক অভূতপূৰ্ব চানেকি।। 

✍️বিনন্দ চন্দ্ৰ চাৰহ। 
     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)