ভালপোৱা-লক্ষীৰাম কুৰ্মি

©Admin
0
তুমি বিচাৰিলেও মই কাষ চাপি
যাব পৰা নাই।

এয়া মোৰ দুৰ্বল বুলি কোৱাৰ প্ৰয়োজন নাই
লগ পালেও বিদায় পৰত তোমাক উভতি চাব পৰা নাই।।
এয়া মোৰ দুৰ্বলতা বুজাব খোজা নাই।

তুমি তোমাকেই সুধি চাবা 
তুমি তোমাকেই বিচাৰি ল'বা
মোৰ বুকুৰ প্ৰেম ভালপোৱা।।
         
✍️ লক্ষীৰাম কুৰ্মি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)