ভালপোৱা-লক্ষীৰাম কুৰ্মি

তুমি বিচাৰিলেও মই কাষ চাপি
যাব পৰা নাই।

এয়া মোৰ দুৰ্বল বুলি কোৱাৰ প্ৰয়োজন নাই
লগ পালেও বিদায় পৰত তোমাক উভতি চাব পৰা নাই।।
এয়া মোৰ দুৰ্বলতা বুজাব খোজা নাই।

তুমি তোমাকেই সুধি চাবা 
তুমি তোমাকেই বিচাৰি ল'বা
মোৰ বুকুৰ প্ৰেম ভালপোৱা।।
         
✍️ লক্ষীৰাম কুৰ্মি

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send