তুমি- লক্ষীৰাম কুৰ্মি

তুমি গ'লাগৈ বুলি
মই ৰৈ নাথাকো
তুমি পাহৰিবা বুলি
মই নাপাহৰো।

তথাপিও মই 
আৰম্ভ কৰিম সুখ দুখৰ 
জীৱন ৰেখা 
য'ত লিপিবদ্ধ হ'ব।

মোৰ অতীতৰ বাস্তৱ কথা
 আৰু সপোনৰ ছাঁয়া।।

✍️লক্ষীৰাম কুৰ্মি

1 Comments

Previous Post Next Post