তুমি- লক্ষীৰাম কুৰ্মি

©Admin
1
তুমি গ'লাগৈ বুলি
মই ৰৈ নাথাকো
তুমি পাহৰিবা বুলি
মই নাপাহৰো।

তথাপিও মই 
আৰম্ভ কৰিম সুখ দুখৰ 
জীৱন ৰেখা 
য'ত লিপিবদ্ধ হ'ব।

মোৰ অতীতৰ বাস্তৱ কথা
 আৰু সপোনৰ ছাঁয়া।।

✍️লক্ষীৰাম কুৰ্মি

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment