স্বপ্নৰ সময়- সান্নিধ্য শইকীয়া

মোৰ এতিয়া স্বপ্ন গঢ়াৰ সময়,,
বাট বুলিলেই দিগন্ত।।
এটি দুটি সৰা পাতৰ তলত,,
মোৰ এই প্ৰজাঘৰ।।
আজন্মৰ সুখ মোৰ কোলাতেই,,
ক্ষণিকৰ বাবে স্বপ্ন মধুৰ,,
শইচৰ সোণোৱালী বেশত।।
সময়বোৰ উৰি গ'লে,,
টোপাটোপে সৰে নিয়ৰ।।
মোৰ স্বপ্ন মধুৰ স্মৃতিত,,
এতিয়া স্বপ্ন গঢ়াৰ সময়।।

✍️ সান্নিধ্য শইকীয়া

Post a Comment

Previous Post Next Post