মোৰ এতিয়া স্বপ্ন গঢ়াৰ সময়,,
বাট বুলিলেই দিগন্ত।।
এটি দুটি সৰা পাতৰ তলত,,
মোৰ এই প্ৰজাঘৰ।।
আজন্মৰ সুখ মোৰ কোলাতেই,,
ক্ষণিকৰ বাবে স্বপ্ন মধুৰ,,
শইচৰ সোণোৱালী বেশত।।
সময়বোৰ উৰি গ'লে,,
টোপাটোপে সৰে নিয়ৰ।।
মোৰ স্বপ্ন মধুৰ স্মৃতিত,,
এতিয়া স্বপ্ন গঢ়াৰ সময়।।
✍️ সান্নিধ্য শইকীয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ