প্ৰাচীৰ~অণুগল্প- অংশুমান ভূঞা

     কোৰোণাৰে ধন চপোৱাত মত্ত হাজৰিকাই বিশাল অট্টালিকা এটা বান্ধি তাৰ চাৰিওফালে প্ৰকাণ্ড প্ৰাচীৰ আৰু গেট এখন দিলে,যাতে বাহিৰৰ মানুহ সহজে তেওঁৰ হাউলিত প্ৰৱেশ কৰিব নোৱাৰে।
    ৰাতিৰ অন্ধকাৰ আৰু সু-উচ্চ প্ৰাচীৰ ভেদি মানসিক অশান্তিৰ গণ্ডগোলবোৰ কিন্তু ঠিকেই বাহিৰলৈ আহি থাকিল।

✍️অংশুমান ভূঞা
চামতা,নলবাৰী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send