কোৰোণাৰে ধন চপোৱাত মত্ত হাজৰিকাই বিশাল অট্টালিকা এটা বান্ধি তাৰ চাৰিওফালে প্ৰকাণ্ড প্ৰাচীৰ আৰু গেট এখন দিলে,যাতে বাহিৰৰ মানুহ সহজে তেওঁৰ হাউলিত প্ৰৱেশ কৰিব নোৱাৰে।
ৰাতিৰ অন্ধকাৰ আৰু সু-উচ্চ প্ৰাচীৰ ভেদি মানসিক অশান্তিৰ গণ্ডগোলবোৰ কিন্তু ঠিকেই বাহিৰলৈ আহি থাকিল।
✍️অংশুমান ভূঞা
চামতা,নলবাৰী